ଅର୍ଥ : জুখিবৰ কাৰণে ব্যৱহাৰ কৰা কোনো নিশ্চিত পৰিমাণৰ শিল, লোহা আদিৰ টুকুৰা
ଉଦାହରଣ :
এইটো এক কিলোৰ দগা
ସମକକ୍ଷ : প্রতিমান
ଅର୍ଥ : কোনো তৎপৰতা নথকা
ଉଦାହରଣ :
এলেহুৱা মানুহে কেতিয়াও কোনো কাম সময়মতে কৰিব নোৱাৰে তেওঁ ্ কামত বৰ সোৰোপা
ସମକକ୍ଷ : অলস, আলস্যপৰায়ণ, এলেহুৱা, খাই গাহৰি, খাই-শো, বহিখোৱা, শুই-হগা, সোৰোপা, ৰিহাকুৰীয়া