ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দখল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দখল   বিশেষ্য

ଅର୍ଥ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান

ଉଦାହରଣ : এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে

ସମକକ୍ଷ : দক্ষতা

ଅର୍ଥ : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়

ଉଦାହରଣ : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে

ସମକକ୍ଷ : অধিকাৰ, স্বত্ব, হক

ଅର୍ଥ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য

ଉଦାହରଣ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে

ସମକକ୍ଷ : সামর্থ্য, হাত