ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উত্তৰৰ সন্মুখৰ দিশ
ଉଦାହରଣ : মোৰ ঘৰ ইয়াৰ পৰা দক্ষিণত আছে
ସମକକ୍ଷ : দখিণ
ଅର୍ଥ : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ଉଦାହରଣ : দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
ଅର୍ଥ : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
ଉଦାହରଣ : সুৰেশ দক্ষিণৰ অধিবাসী
ଅର୍ଥ : দক্ষিণৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ : সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
ସମକକ୍ଷ : দক্ষিণী
ସଂସ୍ଥାପନ କରନ୍ତୁ