ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দক্ষতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দক্ষতা   বিশেষ্য

ଅର୍ଥ : কোনো কাম আদিত প্রবীণ বা দক্ষ হোৱা ভাব

ଉଦାହରଣ : ক্রিকেটত শচীনৰ নিপুণতা জগত বিখ্যাত

ସମକକ୍ଷ : কুশলতা, নিপুণতা, পটুতা, প্রবীণতা, বিচক্ষণতা

ଅର୍ଥ : কঠিনতাৰে কৰা বহুত ভাল কাম

ଉଦାହରଣ : শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে

ସମକକ୍ଷ : অভিজ্ঞতা

ଅର୍ଥ : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি

ଉଦାହରଣ : চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়

ସମକକ୍ଷ : কুশলতা

ଅର୍ଥ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান

ଉଦାହରଣ : এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে

ସମକକ୍ଷ : দখল