ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জাপি থোৱা বৰ দীঘল কাপোৰ
ଉଦାହରଣ : দোকানীজনে থানৰ পৰা চাৰি মিটাৰ কাপোৰ কাটি পৃথক কৰিলে
ସମକକ୍ଷ : থান কাপোৰ
ଅର୍ଥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ଉଦାହରଣ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
ସମକକ୍ଷ : ক্ষেত্র, জেগা, ঠাই, থল, প্রদেশ, ভূমি, স্থল, স্থান
ସଂସ୍ଥାପନ କରନ୍ତୁ