ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ଉଦାହରଣ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
ସମକକ୍ଷ : ক্ষেত্র, জেগা, ঠাই, থান, প্রদেশ, ভূমি, স্থল, স্থান
ଅର୍ଥ : পানী নথকা ভূমি ভাগ
ଉଦାହରଣ : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
ସମକକ୍ଷ : ভূ-খণ্ড, ভূ-পৃষ্ঠ, মাটি, স্থল, স্থলভূমি
ଅର୍ଥ : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
ଉଦାହରଣ : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
ସମକକ୍ଷ : আড্ডা, আড্ডাস্থলী, কেন্দ্র, ঘাটি, থলী, স্থল, স্থলী
ସଂସ୍ଥାପନ କରନ୍ତୁ