ଅର୍ଥ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
ଉଦାହରଣ :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
ସମକକ୍ଷ : থাকি যোৱা
ଅର୍ଥ : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া
ଉଦାହରଣ :
ৰমা সেই কোঠাটোত আছে
ଅର୍ଥ : বেয়া হৈ নোযোৱা
ଉଦାହରଣ :
ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে
ଅର୍ଥ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য
ଉଦାହରଣ :
মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা
ସମକକ୍ଷ : নির্বাহ কৰা
ଅର୍ଥ : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা
ଉଦାହରଣ :
টেংকিত পানী আছে এই বটলত পানী আছে
ଅର୍ଥ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
ଉଦାହରଣ :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
ସମକକ୍ଷ : স্থিত হোৱা, হোৱা
ଅର୍ଥ : কʼৰবাত আশ্রয় লোৱা
ଉଦାହରଣ :
আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ