ଅର୍ଥ : তেলেঙ্গ ক্ষেত্রৰ অধিবাসী
ଉଦାହରଣ :
চিকাগোত কেইজনমান পৰিচিত তেলেগুৰ সৈতে দেখা-সাক্ষাৎ হৈছিল
ଅର୍ଥ : যি লিপিত তেলেগু ভাষা লিখা হয়
ଉଦାହରଣ :
কুন্নুৰাণীয়ে তেলেগু পঢ়িবলৈ চেষ্টা চলাই আছে
ସମକକ୍ଷ : তেলেগু লিপি
ଅର୍ଥ : তেলেঙ্গ অঞ্চলত প্রচলিত ভাষা
ଉଦାହରଣ :
অন্ধ্রপ্রদেশত তেলেগু কথা কয়
ଅର୍ଥ : তেলেঙ্গ অঞ্চলৰ বা তাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
তেলেগু সংস্থাৰ দ্বাৰা আয়োজিত কার্যসূচী বহুত ভাল আছিল
ଅର୍ଥ : তেলেগু ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
এইখন বহুত জনপ্রিয় তেলেগু চিনেমা
ଅର୍ଥ : তেলেঙ্গ দেশত বসতি কৰোতা
ଉଦାହରଣ :
তুমি এতিয়া তেলেগু লোকৰ সংস্থাৰ সদস্য কিয় নোহোৱা