ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
ଉଦାହରଣ : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
ସମକକ୍ଷ : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
ଅର୍ଥ : সমান বা তুল্য হোৱা অৱস্থা
ଉଦାହରଣ : আমাৰ সৈতে আপোনাৰ কি তুলনা কৰোঁ
ସମକକ୍ଷ : তুলনা, সমানতা, সাম্যতা
ଅର୍ଥ : কোনো বস্তুৰ গুণ, মান আদিৰ ওপৰত নির্ভৰ কৰি এটাতকৈ আনটো কম-বেছি বা ভাল-বেয়া বিচাৰ কৰা:ৰামৰ তুলনাত শ্যাম বেছি চতুৰ
ଉଦାହରଣ :
ସମକକ୍ଷ : উপমা, তুলনা, পাটন, ৰিজনি
ଅର୍ଥ : জোখা কার্য ্বা ভাব
ଉଦାହରଣ : আপোনাৰ তুল্যতা সমান হোৱা নাই
ସଂସ୍ଥାପନ କରନ୍ତୁ