ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শীঘ্র হোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে
ସମକକ୍ଷ : কোব, ক্ষিপ্রগতি, ক্ষিপ্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা
ଅର୍ଥ : তীব্র হোৱা অৱস্থা
ଉଦାହରଣ : বতাহ বহুত বেগেৰে বৈ আছে
ସମକକ୍ଷ : বেগ
ଅର୍ଥ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
ଉଦାହରଣ : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
ସମକକ୍ଷ : গতি, বেগ
ସଂସ୍ଥାପନ କରନ୍ତୁ