ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ তিৰস্কাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

তিৰস্কাৰ   বিশেষ্য

ଅର୍ଥ : গালি পৰা কার্য ্বা ভাব

ଉଦାହରଣ : পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল

ସମକକ୍ଷ : অপযশ, অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, বাক-বিতণ্ডা, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি

ଅର୍ଥ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে

ଉଦାହରଣ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়

ସମକକ୍ଷ : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা

ଅର୍ଥ : কোনো অনুচিত কার্যৰ ্কাৰণে ভাল-বেয়াৰ বাচ-বিচাৰ নকৰাকৈ কোনো কথা কৈ দিয়া কার্য

ଉଦାହରଣ : ৰজাই পলায়ন কৰিব বিচৰা সৈনিকক ভৎর্স্্না কৰিলে

ସମକକ୍ଷ : ভৎর্স্্না