ଅର୍ଥ : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়
ଉଦାହରଣ :
তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে
ଅର୍ଥ : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ
ଉଦାହରଣ :
তেওঁৰ ্ গালত কʼলা তিল আছে
ଅର୍ଥ : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন
ଉଦାହରଣ :
সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে
ସମକକ୍ଷ : বিউটি স্পট
ଅର୍ଥ : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়
ଉଦାହରଣ :
তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়