ଅର୍ଥ : তিব্বতত থকা বা বসতি কৰা
ଉଦାହରଣ :
তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল
ଅର୍ଥ : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়
ଅର୍ଥ : তিব্বতৰ বা তিব্বত সম্বন্ধীয়
ଉଦାହରଣ :
তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল