ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পানী বা কোনো তৰল পদার্থৰ সংযোগত তিতা বা কোমল হোৱা
ଉଦାହରଣ : অকস্মাৎ বৰষুণ হোৱাৰ কাৰণে আমি সকলো তিতিলোঁ
ସମକକ୍ଷ : ভিজা
ଅର୍ଥ : যিটো উগ্র আৰু মিঠা সোৱাদযুক্ত নহয়:নিম খাবলৈ তিতা
ଉଦାହରଣ :
ସମକକ୍ଷ : তিতিকি
ଅର୍ଥ : আর্দ্রত্া যুক্ত
ଉଦାହରଣ : তেওঁ ভিজা কাপোৰ শুকুৱাই আছে
ସମକକ୍ଷ : আর্দ্র, ভিজা, সিক্ত
ଅର୍ଥ : যাক পানীৰে বুৰাই দিয়া হৈছে
ଉଦାହରଣ : ভিজা খেতিডৰালৈ নাযাবা, ভৰিত বোকা মাটি লাগিব
ସମକକ୍ଷ : ভিজা, সিক্ত, ্আর্দ্র
ସଂସ୍ଥାପନ କରନ୍ତୁ