ଅର୍ଥ : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
ଉଦାହରଣ :
কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
ସମକକ୍ଷ : ভিজোৱা
ଅର୍ଥ : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
ଉଦାହରଣ :
ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
ସମକକ୍ଷ : তিয়াই থোৱা, ভিজোৱা