ଅର୍ଥ : যিটো আছে তাক বাদ দি
ଉଦାହରଣ :
জ্বৰতো আছিলেই, তাৰোপৰি পেটটো বিষো হʼবলৈ ধৰিলে
ସମକକ୍ଷ : তাৰ বাহিৰেও
ଅର୍ଥ : কোনো কথা বা কামৰ বাহিৰেও
ଉଦାହରଣ :
এফালে ভুল কৰিবি তাৰোপৰি কান্দিবিও এইটো কিবা কথা হʼল !
ସମକକ୍ଷ : তদুপৰি