ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : * পাঁচটা বা তাতকৈ বেছি কোণ থকা এক সমতল আকৃতি..............
ଉଦାହରଣ : তৰা বিশেষকৈ প্রতীক হিচাপে ব্যৱহাৰ হয়
ସମକକ୍ଷ : তৰা
ଅର୍ଥ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড
ଉଦାହରଣ : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়
ସମକକ୍ଷ : জ্যোতিষ্ক, তৰা, নক্ষত্র
ଅର୍ଥ : অভিনয় কৰা স্ত্রী
ଉଦାହରଣ : মধুবালা এগৰাকী প্রখ্যাত অভিনেত্রী আছিল
ସମକକ୍ଷ : অভিনেত্রী
ସଂସ୍ଥାପନ କରନ୍ତୁ