ଅର୍ଥ : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
ଉଦାହରଣ :
তেওঁলোক দুজনে তামিলত কথা পাতি আছে
ସମକକ୍ଷ : তামিল ভাষা
ଅର୍ଥ : তামিলনাডুৰ নিবাসী
ଉଦାହରଣ :
ভালেমান তামিল মোৰ ভাল বন্ধু
ଅର୍ଥ : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
ଉଦାହରଣ :
তামিল সাহিত্য বহুত উন্নত
ଅର୍ଥ : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
ଅର୍ଥ : তামিলনাডুত থকা বা বসতি কৰা
ଉଦାହରଣ :
তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে