ଅର୍ଥ : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
ଉଦାହରଣ :
তেওঁ খঙতে তাচপাতখিনি ফালি দিলে এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
ସମକକ୍ଷ : তাচপাত, প্লে কার্ড
ଅର୍ଥ : তাচৰ পাতেৰে খেলিব পৰা খেল
ଉଦାହରଣ :
কিছুমান লোকে বাগিছাত তাচ খেলি আছে