ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু আদিৰ তলৰ অংশ
ଉଦାହରଣ : এই বাচনটোৰ তলিত ফুটা আছে
ଅର୍ଥ : জলাশয়ৰ তলৰ ভূমি
ଉଦାହରଣ : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
ସମକକ୍ଷ : তল
ଅର୍ଥ : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
ଉଦାହରଣ : লোটাটোৰ তলিত গেদ জমা হৈছে
ଅର୍ଥ : কোনো বস্তু আদিৰ তল অংশ
ଉଦାହରଣ : তেওঁ গছৰ তলিত বহি আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ