ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ তল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

তল   বিশেষ্য

ଅର୍ଥ : জলাশয়ৰ তলৰ ভূমি

ଉଦାହରଣ : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে

ସମକକ୍ଷ : তলি

ଅର୍ଥ : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ

ଉଦାହରଣ : লোটাটোৰ তলিত গেদ জমা হৈছে

ସମକକ୍ଷ : তলি

ଅର୍ଥ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ

ଉଦାହରଣ : গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়

ସମକକ୍ଷ : স্তৰ

ଅର୍ଥ : কোনো বস্তুৰ আধাৰত ৰৈ থকা তলৰ অংশ

ଉଦାହରଣ : এই কেৰাহীখনৰ তলীখন ডাঠ

ସମକକ୍ଷ : তলী