ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কমৰৰ ঠিক তলৰ তথা উৰুৰ ওপৰত থকা দেহাংশ
ଉଦାହରଣ : দুর্ঘ্্টনাত তেওঁৰ তপিনা ক্ষতিগ্রস্ত হʼল
ସମକକ୍ଷ : নিতম্ব, শ্রোণী
ଅର୍ଥ : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
ଉଦାହରଣ : মোৰ তপিনাত বিষ হৈছে
ସମକକ୍ଷ : টিকা
ଅର୍ଥ : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
ଉଦାହରଣ : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
ସମକକ୍ଷ : কটি, টিকা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
ସଂସ୍ଥାପନ କରନ୍ତୁ