ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পানী বা কোনো দ্রৱ পদার্থত দিয়া
ଉଦାହରଣ : স্বামীজীয়ে পানী খাবৰ কাৰণে কমণ্ডলুটো নদীত ডুবালে
ଅର୍ଥ : নষ্ট বা নিঃশেষ কৰা
ଉଦାହରଣ : ঠাকুৰৰ পুতেকে জুৱাত বহুত টকা নষ্ট কৰিলে
ସମକକ୍ଷ : নষ্ট কৰা, বৰবাদ কৰা
ଅର୍ଥ : পানীৰে ভৰাই দিয়া
ଉଦାହରଣ : এদিনৰ বৰষুণেই গোটেই গাওঁখন ডুবাই দিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ