ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
ଉଦାହରଣ : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
ସମକକ୍ଷ : মহান
ଅର୍ଥ : যি বয়সত ডাঙৰ
ଉଦାହରଣ : ৰাম দশৰথৰ জ্যেষ্ঠ পুত্র আছিল
ସମକକ୍ଷ : জ্যেষ্ঠ
ଅର୍ଥ : যিটো দৈর্ঘ্যৰ সৈতে যুক্ত
ଉଦାହରଣ : এই পায়জামাটো বহুত দীঘল
ସମକକ୍ଷ : দীঘল, লম্বা
ଅର୍ଥ : বহুত ডাঙৰ
ଉଦାହରଣ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
ସମକକ୍ଷ : প্রভূত, বিপুল, বিৰাট, বৃহৎ
ଅର୍ଥ : বহুত গভীৰ পৰিণতিযুক্ত
ଉଦାହରଣ : হত্যা এক ঘোৰ অপৰাধ
ସମକକ୍ଷ : ঘোৰ, ভীষণ, ভয়ংকৰ
ଅର୍ଥ : মাত্রা, আকাৰ, বিস্তাৰ আদিত কিহবাৰ তুলনাত অধিক
ଉଦାହରଣ : মোৰ ঘৰটো বহুত ডাঙৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ