ଅର୍ଥ : বস্তু-বাহানি আদি লুটপাত কৰিবৰ কাৰণে দল বান্ধি কৰা আক্রমণ
ଉଦାହରଣ :
যোৱা সপ্তাহত ইয়াত এখন দোকানত ডকাইতি হৈছিল
ଅର୍ଥ : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
ଉଦାହରଣ :
এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
ସମକକ୍ଷ : চুৰি
ଅର୍ଥ : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য
ଉଦାହରଣ :
এই পথত ডকাইতে পথিকক ডকাইতি কৰে
ସମକକ୍ଷ : অপহৰণ কৰা, লুট কৰা, লুট-পাত কৰা