ଅର୍ଥ : খুব ভালকৈ ভৰি থকা
ଉଦାହରଣ :
এই মোনাটো সূতাৰে ঠাহ খাই আছে
ଅର୍ଥ : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
ଉଦାହରଣ :
ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
ଅର୍ଥ : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
ଉଦାହରଣ :
ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
ସମକକ୍ଷ : ভর্তি হোৱা, ভৰি থকা