ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এক অমূর্ত্ত ্মানসিক স্থান
ଉଦାହରଣ : মোৰ হৃদয়ত তেওঁৰ ্কাৰণে বিশেষ ঠাই আছে
ସମକକ୍ଷ : স্থান
ଅର୍ଥ : নিশ্চিত বা নির্দিষ্ট স্থান
ଉଦାହରଣ : ঘৰত কোনো বস্তু নিজৰ ঠাইত নাথাকে
ସମକକ୍ଷ : ঠিকনা
ଅର୍ଥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ଉଦାହରଣ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
ସମକକ୍ଷ : ক্ষেত্র, জেগা, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান
ଅର୍ଥ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
ଉଦାହରଣ : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
ସମକକ୍ଷ : অৱস্থান, জাগা, জেগা
ଅର୍ଥ : এক বিশেষ স্থিতি
ଉଦାହରଣ : আপুনি মোৰ ঠাইত হোৱা হʼলে কি কৰিলেহেঁতেন
ସମକକ୍ଷ : জেগা
ସଂସ୍ଥାପନ କରନ୍ତୁ