ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ টেপ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

টেপ   বিশেষ্য

ଅର୍ଥ : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়

ଉଦାହରଣ : তেওঁ দিনৰ দিনটো টেপ শুনি থাকে

ସମକକ୍ଷ : টেপ-ৰেকর্ডাৰ

ଅର୍ଥ : দূৰত্ব জোখা এক মাপক

ଉଦାହରଣ : তেওঁ ফিটাৰে পথটো জুখি আছে

ସମକକ୍ଷ : ফিটা

ଅର୍ଥ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে

ଉଦାହରଣ : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই

ସମକକ୍ଷ : নলী, পানী-নলী

ଅର୍ଥ : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে

ଉଦାହରଣ : মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে

ସମକକ୍ଷ : কেছেট

ଅର୍ଥ : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য

ଉଦାହରଣ : তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে