ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
ଉଦାହରଣ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
ସମକକ୍ଷ : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, শুল্ক
ଅର୍ଥ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
ଉଦାହରଣ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
ସମକକ୍ଷ : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, শুল্ক
ସଂସ୍ଥାପନ କରନ୍ତୁ