ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গোপন কথা ফাদিল কৰা ব্যক্তি বা কথা লগাই ফুৰা ব্যক্তি
ଉଦାହରଣ : টুটকীয়ালোকৰ কাৰণে কেতিয়াবা কেতিয়াবা পাৰস্পৰিক সম্বন্ধৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়
ସମକକ୍ଷ : কথা লগনীয়া, টুটকীয়া মানুহ, লগনিয়াৰ
ଅର୍ଥ : কথা লগাই ফুৰোঁতা
ଉଦାହରଣ : টুটকীয়া ব্যক্তিয়ে সদায় টুটকীয়ালি কৰি ফুৰে
ସମକକ୍ଷ : লগনীয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ