ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
ଉଦାହରଣ : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
ସମକକ୍ଷ : খণ্ড, পীচ
ଅର୍ଥ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
ଉଦାହରଣ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
ସମକକ୍ଷ : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ
ଅର୍ଥ : যিকোনো বস্তুৰ গোটা টুকুৰা
ଉଦାହରଣ : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
ସମକକ୍ଷ : খণ্ড
ଅର୍ଥ : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু
ଉଦାହରଣ : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে
ଅର୍ଥ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
ଉଦାହରଣ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
ସମକକ୍ଷ : খণ্ড, ভাগ
ସଂସ୍ଥାପନ କରନ୍ତୁ