ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ টিন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

টিন   বিশেষ্য

ଅର୍ଥ : কাঁচৰ ৰঙৰ এক খুউব মিহি ধাতু যাৰ পৰমাণু ক্রমাংক পঞ্চাশ

ଉଦାହରଣ : টিং বনাবলৈও বগী তাম ব্যৱহাৰ কৰা হয়

ସମକକ୍ଷ : বগী তাম, ৰাং

ଅର୍ଥ : ধাতু , প্লাষ্টিক আদিৰে তৈয়াৰ কৰা ঢাকোন থকা পাত্র

ଉଦାହରଣ : তেওঁ ্ চেনি আদি ৰাখিবলৈ বজাৰৰ পৰা চাৰিটা টেমা কিনি আনিলে

ସମକକ୍ଷ : টেমা, ডিব্বা, বৈয়াম, বয়াম

ଅର୍ଥ : টিনৰ পাতল তৰপেৰে বনোৱা ঘূৰণীয়া

ଉଦାହରଣ : তেওঁৰ ্পাকঘৰটো টেমাৰে ভৰি আছে

ସମକକ୍ଷ : টেমা

ଅର୍ଥ : এবিধ ৰূপালী ৰঙৰ নমনীয় ধাতৱীয় পদার্থ

ଉଦାହରଣ : টিনৰ পৰা বহুতো লাগতিয়াল বস্তু তৈয়াৰ কৰিব পাৰি

ସମକକ୍ଷ : ৰাং