ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
ଉଦାହରଣ : মোৰ তপিনাত বিষ হৈছে
ସମକକ୍ଷ : তপিনা
ଅର୍ଥ : তাচৰ এখিলা পাত
ଉଦାହରଣ : তাচ খেলত প্রত্যেক ৰঙৰ এটাকৈ টিক্কা থাকে
ସମକକ୍ଷ : ইক্কা, টিক্কা, টেকা, টেক্কা
ଅର୍ଥ : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
ଉଦାହରଣ : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
ସମକକ୍ଷ : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
ଅର୍ଥ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
ଉଦାହରଣ : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
ସମକକ୍ଷ : চলা
ସଂସ୍ଥାପନ କରନ୍ତୁ