ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ টনা-আঁজোৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

টনা-আঁজোৰা   বিশেষ্য

ଅର୍ଥ : তলৰ ফাললৈ টনা বা বগৰাই পেলোৱা কার্য

ଉଦାହରଣ : কিছুমান মানুহে টনা-আঁজোৰা কৰিয়েই সুখ পায়

ଅର୍ଥ : কোনোৰ বস্তুৰ অপকাৰ সাধন হোৱাকৈ নিজৰ স্থানৰ পৰা আঁতৰোৱা বা কোনো ভঙা-গঢ়াৰ কার্য ্কৰা

ଉଦାହରଣ : ইয়াত ৰখা বস্তুবোৰৰ লগত টনা-আঁজোৰা নকৰিবা

ସମକକ୍ଷ : কঢ়া-আঁজোৰা