ଅର୍ଥ : ভাৰতত প্রচলিত মুদ্রা
ଉଦାହରଣ :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
ସମକକ୍ଷ : ভাৰতীয় টকা, ৰুপিয়া, ৰুপী
ଅର୍ଥ : ভাৰত, পাকিস্তান আদি দেশত প্রচলিত মুদ্রা বিশেষ
ଉଦାହରଣ :
টকাৰ মূল্য আন্তর্ৰাষ্ট্রীয় ্পর্যায়ত দিনে দিনে কমি অহা দেখা গৈছে
ଅର୍ଥ : ভাৰতত প্রচলিত এটা মোহৰ যাৰ পৰিমাণ এসময়ত প্রচলিত ষোল্ল অনাৰ সৈতে সমান
ଉଦାହରଣ :
ককা-দেউতাৰ ওচৰত বিভিন্ন ধৰণৰ টকা আছে