ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে
ଉଦାହରଣ : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে
ସମକକ୍ଷ : ন-জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা
ଅର୍ଥ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
ଉଦାହରଣ : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
ସମକକ୍ଷ : তৰুণ, যুৱ, যুৱক
ଅର୍ଥ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
ଉଦାହରଣ : তেওঁ এজন ্ সাহসী সৈনিক
ସମକକ୍ଷ : চিপাহী, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ