ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জোৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জোৰা   বিশেষ্য

ଅର୍ଥ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান

ଉଦାହରଣ : কাপোৰৰ জোৰাখিনি ফাটি থাকিল

ସମକକ୍ଷ : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল

ଅର୍ଥ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

ଉଦାହରଣ : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

ସମକକ୍ଷ : গাঁঠি, গ্রন্থি, সন্ধি

জোৰা   ক্ৰিয়া

ଅର୍ଥ : হাল বাওঁতে বা গাড়ী আদি চলাবলৈ সন্মুখৰফালে গৰু, ঘোঁৰা আদি বান্ধি দিয়া কার্য:কৃষকজনে হাল বাবলৈ গৰুহাল যুটিছে

ଉଦାହରଣ :

ସମକକ୍ଷ : জোঁটা, যুতা, সাঙুৰা

ଅର୍ଥ : অন্য কোনো বস্তুৰ শেষত লগোৱা

ଉଦାହରଣ : চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে

ସମକକ୍ଷ : জোৰা লগোৱা, সংলগ্ন কৰা