ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জোলোঙা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জোলোঙা   বিশেষ্য

ଅର୍ଥ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ

ଉଦାହରଣ : মোৰ ধনৰ মোনাটো চুৰি হʼল

ସମକକ୍ଷ : বেগ, মোনা

ଅର୍ଥ : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ

ଉଦାହରଣ : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল

ସମକକ୍ଷ : মোনা

ଅର୍ଥ : যʼত কোনো বস্তু ৰখা যায়

ଉଦାହରଣ : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে

ସମକକ୍ଷ : জুলি, পকেট, সৰু মোনা