ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ
ଉଦାହରଣ : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে
ସମକକ୍ଷ : ঢোপ, ঢৌ, পানীজোলা, স্ফোটক
ଅର୍ଥ : চলমান কৰোৱা বা দুলন কার্য
ଉଦାହରଣ : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
ସମକକ୍ଷ : জোকাৰি দিয়া, দুলা, দুলি থকা, লৰা, হেন্দোলা
ସଂସ୍ଥାପନ କରନ୍ତୁ