ଅର୍ଥ : বাৰিষাকালত দেখা দিয়া এবিধ পতঙ্গ যাৰ গাৰ পিছ অংশ খুউব জিলিকি থাকে
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে জোনাকী পৰুৱা ধৰিবৰ কাৰণে তাৰ পিছে পিছে দৌৰিছে
ସମକକ୍ଷ : খদ্যোত, জোনাকী পৰুৱা, জ্যোতিৰিংগ, জ্যোতিৰিংগন, জ্যোতিৰিঙ্গ, জ্যোতিৰিঙ্গন
ଅର୍ଥ : চন্দ্র বা জোনৰ ৰশ্মিৰে সৈতে যুক্ত
ଉଦାହରଣ :
চন্দ্রাৱলীৰ ৰাতি ভ্রমণৰ মজাই বেলেগ
ସମକକ୍ଷ : চন্দ্রাৱলী