ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জোখা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জোখা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য

ଉଦାହରଣ : দোকানীজনে ধান জুখি আছে

ସମକକ୍ଷ : ওজন কৰা

ଅର୍ଥ : ওজন কৰা কার্য ্হোৱা

ଉଦାହରଣ : গোটেই শষ্যবোৰ জোখা হʼল

ସମକକ୍ଷ : ওজন কৰা

ଅର୍ଥ : ওজন কৰা

ଉଦାହରଣ : দহ বস্তা ধান জোখা হʼল

ସମକକ୍ଷ : ওজন কৰা

ଅର୍ଥ : জোখ লোৱা হোৱা

ଉଦାହରଣ : দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল

ଅର୍ଥ : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য

ଉଦାହରଣ : তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে

ସମକକ୍ଷ : মাপ কৰা

জোখা   বিশেষণ

ଅର୍ଥ : জোখ-মাপ কৰা

ଉଦାହରଣ : এই ডুলি কেইটাত জোখা ধান থোৱা হৈছে

ଅର୍ଥ : যিটো মাপ কৰা হৈছে

ଉଦାହରଣ : এই চাউলখিনি জোখা হৈছে

ସମକକ୍ଷ : মাপিত