ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দণ্ডিত অপৰাধীক যি স্থানত আৱদ্ধ কৰি ৰখা হয়
ଉଦାହରଣ : চুৰ কৰাৰ অপৰাধত সি জেললৈ যাবলগীয়া হʼল
ସମକକ୍ଷ : কাৰাগাৰ, কাৰাগৃহ, পোতাশাল, বগাঘৰ, বন্দীগৃহ, বন্দীশাল জেলখানা
ଅର୍ଥ : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
ଉଦାହରଣ : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
ସମକକ୍ଷ : কাৰাদণ্ড, কাৰাবাস, কয়েদ, ঘানি টনা-, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস
ସଂସ୍ଥାପନ କରନ୍ତୁ