ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জুম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জুম   বিশেষ্য

ଅର୍ଥ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে

ଉଦାହରଣ : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল

ସମକକ୍ଷ : জাক

ଅର୍ଥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ଉଦାହରଣ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

ସମକକ୍ଷ : গণ, গোট, জাক, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

ଅର୍ଥ : একে সময়ত একে ঠাইতে বহুতো মানুহ গোট খোৱা

ଉଦାହରଣ : নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে মানুহৰ সমাগম দেখিবলৈ পোৱা য়ায়

ସମକକ୍ଷ : ভিৰ, সমাগম