ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভিতৰত গুটি থকা ধাতুৰ এবিধ ফোপোলা বস্তু যাক লৰাই দিলে ঘনে-ঘনে বাজে
ଉଦାହରଣ : শিশুটোৰ কঁ্কালত জুনুকা বান্ধি থোৱা আছিল
ସମକକ୍ଷ : ঘুগুৰা, নূপুৰ, নেপুৰ
ଅର୍ଥ : ধাতুৰে তৈয়াৰী ফোপোলা গুটিৰ মালা
ଉଦାହରଣ : তেওঁ জুনুকা পিন্ধি নৃত্য কৰি আছিল
ସମକକ୍ଷ : নুপুৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ