ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জুইশলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জুইশলা   বিশেষ্য

ଅର୍ଥ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ

ଉଦାହରଣ : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে

ସମକକ୍ଷ : দিয়াচলাই, মেচ, মেচ বক্স

ଅର୍ଥ : মিহি কাঠৰ শলা যাৰ এটা মূৰত অকণমান গন্ধকৰ মিশ্রণ লগোৱা থাকে আৰু ইয়াক ঘর্ষণৰ ্ দ্বাৰা জুই জ্বলোৱা হয়

ଉଦାହରଣ : মমতাই জুইশলাৰে ধূপ জ্বলাইছে

ସମକକ୍ଷ : জুইশলা কাঠী, দিয়াচলাই কাঠী, মেচ-কাঠী