ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জীৱাণু ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জীৱাণু   বিশেষ্য

ଅର୍ଥ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী

ଉଦାହରଣ : জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়

ସମକକ୍ଷ : বীজাণু

ଅର୍ଥ : এক কোষীয় বা অকোষীয় জীৱ যাৰ বিখণ্ডন প্রক্রিয়াৰে বংশবৃদ্ধি হয়

ଉଦାହରଣ : জীৱাণু অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পাৰি

ସମକକ୍ଷ : বেক্টেৰিয়া

ଅର୍ଥ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক

ଉଦାହରଣ : বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ

ସମକକ୍ଷ : বীজাণু