ଅର୍ଥ : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
ଉଦାହରଣ :
শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
ସମକକ୍ଷ : জীৱন কথা, জীৱন বৃত্ত, জীৱন-চৰিত
ଅର୍ଥ : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
ଉଦାହରଣ :
তেওঁ নিজৰ জীৱনী লিখি আছে
ସମକକ୍ଷ : জীৱন কথা, জীৱন বৃত্ত, জীৱন-চৰিত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত