ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি জানিবলৈ ইচ্ছা কৰে বা জিজ্ঞাস কৰে
ଉଦାହରଣ : সৎসংগত সন্তজনে জিজ্ঞাসুসকলৰ প্রশ্নৰ উত্তৰ বৰ আগ্রহেৰে দি আছিল
ସମକକ୍ଷ : অনুসন্ধিৎসু, উৎসুক, কুতুহলী, কৌতূহলী
ଅର୍ଥ : যিজনে জানিবলৈ ইচ্ছা প্রকাশ কৰে
ଉଦାହରଣ : শিক্ষাগুৰুৱে আনন্দ মনেৰে উৎসুক শিক্ষার্থীসকলৰ প্রশ্নৰ উত্তৰ দি আছিল
ସମକକ୍ଷ : উৎসুক
ସଂସ୍ଥାପନ କରନ୍ତୁ