ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জিকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জিকা   ক্ৰিয়া

ଅର୍ଥ : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা

ଉଦାହରଣ : মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল

ସମକକ୍ଷ : জয়ী হোৱা, বিজয়ী হোৱা

ଅର୍ଥ : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা

ଉଦାହରଣ : স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল

ସମକକ୍ଷ : জয় কৰা

ଅର୍ଥ : প্রতিযোগিতাত সফলতা লাভ কৰা

ଉଦାହରଣ : মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে

ସମକକ୍ଷ : সফল হোৱা