ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জাল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জাল   বিশেষ্য

ଅର୍ଥ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

ଉଦାହରଣ : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

ସମକକ୍ଷ : নেট

ଅର୍ଥ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন

ଉଦାହରଣ : অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে

ସମକକ୍ଷ : ফান্দ

ଅର୍ଥ : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ

ଉଦାହରଣ : শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে

ଅର୍ଥ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

ଉଦାହରଣ : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

ସମକକ୍ଷ : নেট

ଅର୍ଥ : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

ଉଦାହରଣ : তেওঁ বলটো গোলৰ জালত মাৰিলে

ସମକକ୍ଷ : গোল-নেট, নেট

ଅର୍ଥ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা

ଉଦାହରଣ : মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে

ସମକକ୍ଷ : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি

জাল   বিশেষণ

ଅର୍ଥ : যʼত দোষ আছে

ଉଦାହରଣ : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

ସମକକ୍ଷ : অবিশুদ্ধ, কৃত্রিম, নকল, নকলী, ভেজাল

ଅର୍ଥ : যʼত মিশ্রণ ঘটিছে বা যি শুদ্ধ নহয় অথবা যʼত কেৰোণ আছে

ଉଦାହରଣ : এইখিনি ভেজাল ঘিউ

ସମକକ୍ଷ : অবিশুদ্ধ, অশুদ্ধ, কেৰুণীয়া, বিমিশ্র, ভাঁজ দিয়া, ভেজাল, ্ভঁজুৱা